বকোৰ নগৰবেৰা খণ্ড উন্নয়ন বিষয়াক গ্ৰেপ্তাৰৰ দাবী

বকোৰ নগৰবেৰা খণ্ড উন্নয়ন বিষয়াক গ্ৰেপ্তাৰৰ দাবী

author-image
asomiyapratidin
New Update
বকোৰ নগৰবেৰা খণ্ড উন্নয়ন বিষয়াক গ্ৰেপ্তাৰৰ দাবী

ডিজিটেল সংবাদ,বকো : বকোত মঙলবাৰে বিজেপি দলৰ যুৱ নেতাৰ নেতৃত্বত নিবনুৱা যুৱক-যুৱতীৰ প্ৰতিবাদ। অৰুণোদয় আঁচনি চাৰ্ভেৰ নামত ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া আৰু ত্ৰিলোচন গাঁও পঞ্চায়তত উপযুক্ত যুৱক -যুৱতীক বঞ্চিত কৰি বিশেষ সম্প্ৰদায়ৰ লোকক নিয়োজিত কৰাৰ গুৰুতৰ অভিযোগ।

বকোৰ ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিবাদী শ্লোগান দি নিবনুৱা যুৱক-যুৱতীৰ প্ৰতিবাদ।বিজেপি দলৰ যুৱনেতা সঞ্জয় সৰকাৰ নেতৃত্বত প্ৰতিবাদ।

নগৰবেৰাৰ খণ্ড উন্নয়ন বিষয়া ছফিকুল ইছলাম দুৰ্নীতিত জড়িত থকাৰ অভিযোগ কৰিলে প্ৰতিবাদকাৰী সকলে। বিষয়াগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ দাবী জনাই ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান।

আৰু পঢ়ক: লফিকুল ইছলামৰহত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে বিভিন্ন দাবীত প্ৰতিবাদ সাৱ্যস্ত এবিএমছুৰ…

assam BOKO protest