/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
বোকাখাতৰ হনুমান মন্দিৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।
এখন ট্রেইলাৰে মহটিয়াই নিলে দুই বাইক আৰোহীক।
বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
থিতাতে নিহত এজন, আনজন গুৰুতৰভাৱে আহত।
নিহত লোকজন বোকাখাত কলখোৱা আমতলৰ দ্বীপজ্যোতি ঘোষ বুলি চিনাক্ত।
আহতজন বোকাখাত দ গাঁৱৰ অঞ্জন শইকীয়া বুলি চিনাক্ত।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্রেইলাৰখনৰ চালকৰ ঘটনাস্থলীৰ পৰা পলায়ন।
Also Read: সোণতলীত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত গুৱাহাটীৰ আই আই টিৰ সঁজাতি দল