বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

author-image
asomiyapratidin
New Update
বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

ডিজিটেল সংবাদ, বোকাজান: বোকাজানত দিনক দিনে পুনৰ বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ। বোকাজান আৰক্ষী থানাৰ ৬৪/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩১ টাকৈ মোবাইল ফোন আৰু এটা নিকনৰ কেমেৰা।

ইতিমধ্যে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ৬ জন চোৰক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন চোৰ কেইটা বাবলু দাস, ইটো আচুমি, চন্দন কুমাৰ শ্বাহ, মাইনা কোঁৱৰ, চফিকুল আলী, আৰু অক্ষয় দম। বোকাজানৰ বিভিন্ন স্থানত আৰু ডিমাপুৰৰ পৰা আটক কৰিছে চোৰকেইটাক। এতিয়াও বাকী থকা মোবাইল কেইটা উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।

আৰু পঢ়ক: GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ

assam Assam police bokajan