/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/00cb076d-7078-47cd-a8aa-e4f39444f2f3/AP_FOR_WEB_new_format_Y_copy.jpg)
পাঠশালা হাইৱে চক'ত বজালী আৰক্ষীৰ অভিযান।
বিলাতী সুৰাৰ ঘাটিত অভিযান আৰক্ষীৰ।
অভিযানকালত এখন দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা।
দোকানখনৰ স্বত্ত্বাধিকাৰী অনিল তালুকদাৰ বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজনলোকক।
উল্লেক্য যে, নৱ-নিযুক্ত বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান।
Also Read: ধেমাজি প্ৰেছ ক্লাবত মিছিং জনগোষ্ঠীৰ ভোটাতৰা-শিক্ষাবিদ গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা