New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিফুত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
পদপথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
বৰ্তমানলৈ মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই
জিনছ পেণ্ট আৰু ক’লা ৰঙৰ চোলা পৰিহিত মৃত ব্যক্তিজন
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
Also Read: কাজিৰঙাৰ পৰ্যটনক লৈ এগৰাকী যুৱতীৰ উল্লীখনীয় পদক্ষেপ