ৰঙিয়াত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ
User

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত শুকুৰবাৰে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হয় । আৰক্ষী জোৱান গৰাকী ৰঙিয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ধুহি গাঁৱৰ আলম ৰহমান (২৮) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী অনুসৰি ধুহিৰ কৰ্তাখাটত ঠিকাদাৰৰ হেমাহিৰ বাবে অৰ্ধনিৰ্মিত অৱস্থাত থকা কালৰ্ভাট নিৰ্মাণৰ চৰম হেমাহিৰ বাবে দ খাৱৈত পৰি আৰক্ষী জোৱান গৰাকী মৃত্যুক সাৱটি লব লগা হয় বুলি স্থানীয় ৰাইজে জনায় ।

উল্লেখ্য যে আৰক্ষী জোৱান আলম ৰহমান ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল ।

ৰঙিয়াত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ
গহপুৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা জুনু ভূঞাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in