/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
তামাৰহাটৰ হৰিৰহাটত মৃতদেহ উদ্ধাৰ
মৃতদেহটো বিচনদৈ তৃতীয় খণ্ডৰ সুচিত্র কৰ্মকাৰৰ বুলি চিনাক্ত
বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল সুচিত্র কৰ্মকাৰ
সন্ধিয়া দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়ৰ পৰাই সন্ধানহীন
ঘৰৰ সমীপৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
অত্যধিক সুৰাপান কৰি পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ।
Also Read: এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ