New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
-
ওদালগুৰি ৰে'ল ষ্টেচনত অঘটন।
-
যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলা নিহত।
-
উজনিমুৱা ৰঙিয়া-ডেকাৰগাওঁ যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলাগৰাকী নিহত হয়।
-
মহিলাগৰাকীৰ নাম এম. দৈমাৰী বুলি জানিব পৰা গৈছে।
-
মহিলাগৰাকীৰ ঘৰ ঢেকীয়াজুলিত।