/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
কোকৰাঝাৰত চলন্ত ৰে’লৰ পৰা পৰি নিহত এগৰাকী যুৱতী
কোকৰাঝাৰ ৰে’ল ষ্টেচনত সংঘটিত এই ঘটনা
ৰে’লৰ পৰা জঁপিয়াই নামিবলৈ চেষ্টা কৰোতে মৃত্যু হয় যুৱতীগৰাকীৰ
নিহত যুৱতীগৰাকী তেজপুৰৰ বুলি চিনাক্ত
যুৱতীগৰাকীৰ সৈতে জঁপিয়াই আহত হয় এজন যুৱকো
নামনিমুৱা শৰাইঘাট এক্সপ্রেছযোগে কোকৰাঝাৰলৈ গৈছিল যুৱতীগৰাকী।
Also Read: শালমৰা হাইস্কুলত চাইকেল ষ্টেণ্ড উদ্ধোধন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us