/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9badb21f-9f72-4bd3-bd36-b93cf986a43d/baksha_24.jpg)
ট্রেক্টৰ চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে চাহ শ্ৰমিকক...
-
বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত হত্যাকাণ্ড।
-
ট্রেক্টৰ চালকে মৰিয়াই মৰিয়াই হত্যা কৰে এজন শ্রমিকক।
-
মৃত লোকজনৰ নাম নিকোদিম ঢদৰাই।
-
ট্রেক্টৰ চালক সুনীল সূত্রধৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
-
বাগিচাখনৰ মাংৰা লাইনত সংঘটিত এই হত্যাকাণ্ড।
-
বাগিচাৰ কালভাৰ্ট নিৰ্মাণৰ কামত নিয়োজিত আছিল শ্রমিকজন
-
দুয়োৰে মাজত তৰ্কাতৰ্কিৰ পৰিণতিত সংঘটিত এই হত্যাকাণ্ড।
-
আৰক্ষীয়ে আটক কৰে অভিযুক্ত সুনীল সূত্রধৰক।
Also Read: হাতী-মানুহৰ সংঘাতঃ মাজুলীত এজন আহত...