ওৰাং আৰক্ষীৰ সফলতা : নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী

ওৰাং আৰক্ষীৰ সফলতা : নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী
  • ওৰাং আৰক্ষীৰ বৃহৎ সফলতা।

  • ওৰাং আৰক্ষী থানাৰ অধীনস্থ ধোপগশুৰি গাঁৱৰ পৰা ১১ গ্ৰাম ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী।

  • ইয়াৰোপৰি এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।

  • ধৃত সৰবৰাহকাৰীজনৰ নাম আনৰুল হক(২৭)।

  • আনৰুল হকৰ ঘৰ ওদালগুৰি জিলাৰ চেঙেলীমাৰা গাঁৱত ৷

  • ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশমৰ্মে চলিছিল অভিযান।

  • সহ পৰিদৰ্শক মৃনাল টাইডৰ নেতৃত্বত আৰক্ষীয়ে ৮টা প্লাষ্টিক কন্টেনাৰসহ ড্ৰাগছ আৰু বাইকখন জব্দ কৰে ৷

  • জব্দকৃত বাইকখনৰ নম্বৰ As 12 AD 0161।

ওৰাং আৰক্ষীৰ সফলতা : নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী
কাছাৰ জিলা প্ৰশাসনৰ পাঠদানৰ নতুন সময়সূচী : পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in