চিৰাঙৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ...

চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰিল গছ

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ...

  • চিৰাঙৰ বিভিন্ন অঞ্চলত প্রচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ।

  • ধুমুহাত বিস্তৰ ক্ষতি হোৱাৰ খবৰ।

  • ধুমুহাৰ ফলতে উভালি পৰে প্ৰকাণ্ড গছ।

  • এডাল প্ৰকাণ্ড গছ উভালি পৰে চাৰিচকীয়া বাহনৰ ওপৰত।

  • কথমপি প্রাণৰক্ষা বাহনখনত থকা লোক কেইজনৰ।

  • চিৰাঙৰ আই নৈৰ হাগ্রামা দলঙৰ সমীপত সংঘটিত এই ঘটনা।

Advertisment

Also Read: প্ৰকাণ্ড গছ পৰি যোগীবস্তিৰ আই থানত বিস্তৰ ক্ষতি..

চিৰাং