New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
তামুলপুৰত পথ দুৰ্ঘটনাঃ এজনৰ মৃত্যু, দুজন আহত...
তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন।
গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক।
নিহত যুৱকজনৰ নাম অজিত সিংহ।
চিকিৎসাালয়লৈ নিয়াৰ পথত মৃত্যু যুৱকজনৰ।