/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/406d77b4-ab3d-4c77-a8a6-9b751c465137/alto_30.jpg)
পাঠশালাত পথ দুৰ্ঘটনাঃ দুই শিশুসহ ৫ জন লোক আহত...
পাঠশালাৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল এখন চাৰিচকীয়া বাহন।
দুৰ্ঘটনাত পতিত হোৱা বাহনখন এখন বগা ৰঙৰ এল্ট' বাহন।
বঙাইগাঁৱৰ পৰা ঢেকীয়াজুলি অভিমুখী আছিল বাহনখন
দুটি শিশুসহ ৫ গৰাকী লোক আহত।
আহতসকলক পাঠশালাৰ মদন ৰাউতা অসামৰিক হাস্পতালত ভৰ্তি।
Also Read: আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু ২৫ হাজাৰ মাননী...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us