/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চিৰাঙত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত দুজন...
চিৰাঙৰ বৰিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত নিহত হৈছে এজন।
আনহাতে গুৰুতৰভাৱে আহত দুজন।
নিহত লোকজন বঙাইগাঁৱৰ চুপাৰিগুৰিৰ ফৰহাদ আলী।
আহত দুজন ক্ৰমে মহিদুল ইছলাম আৰু মন্দিপ বসুমতাৰী।
আহত দুয়োকে চিকিৎসালয়লৈ প্রেৰণ।
Also Read: বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...