/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c2099e91-ad26-46f1-ac3b-9b002499a6bc/AP_FOR_WEB_orang_.jpg)
ওৰাঙত পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত এজনক জি এম চি লৈ প্ৰেৰণ...
ডিজিটেল ডেস্কঃ ওৰাঙৰ নিছিলামাৰীত সংঘটিত হৈছে এক ভংকৰ পথ দুৰ্ঘটনা। অঞ্চলটোৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মাৰুতীৰ চেলেৰিঅ' বাহনৰ মাজত সংঘটিত হ'য় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ৰাহুল বড়ো নামৰ এজন যুৱক। ৰাহুল বড়োৰ ঘৰ ওৰাঙৰ গেলাবিলত বুলি জানিব পৰা গৈছে।
তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS 12 V 6475 আৰু চেলেৰিঅ' বাহনখনৰ নম্বৰ AS 12AF 5274।
Also Read: গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...