/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ
ছাত্রজনৰ নাম দ্বীপজ্যোতি বসুমতাৰী
বৃহস্পতিবাৰে গৌৰাং নৈত গা-ধুবলৈ গৈ সন্ধানহীন হৈছিল ছাত্রজন
কেন্দ্রীয় কাৰিকৰী প্রতিষ্ঠানৰ ছাত্র দ্বীপজ্যোতি
৪ সতীৰ্থৰ সৈতে বিয়লি গা-ধুবলৈ গৈছিল ছাত্রজন
মালিগাঁৱৰ ৰে’লৱে কলনিত ঘৰ ছাত্রজনৰ
শুকুৰবাৰে SDRF-এ উদ্ধাৰ কৰে ছাত্রজনৰ মৃতদেহ।
Also Read: চাইবাৰ অপৰাধীৰ টাৰ্গেট শিক্ষানুষ্ঠান : ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল