/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
গোসাঁইগাঁৱৰ শিমলুটাপুত অবৈধ বিলাতী সুৰা জব্দ...
-
গোসাঁইগাঁৱৰ শিমলুটাপুত আৰক্ষীৰ অভিযান।
-
বাহনসহ জব্দ বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা।
-
পশ্চিমবংগলৈ সৰবৰাহৰ সময়তে জব্দ সুৰাখিনি।
-
BR 06 G 8732 নম্বৰৰ ট্রাকসহ জব্দ সুৰাখিনি।
-
আটক ট্রাকখনৰ চালক আৰু হেণ্ডিমেন।
Also Read: উত্তৰ কাছাৰত শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...