/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9f80943c-3521-4c6d-b73f-16d61a38c38c/MUSALPUR_18.jpg)
তামুলপুৰ, গোৰেশ্বৰ আঁতৰিল মুছলপুৰ ক'ৰ্টৰ অধীকাৰ ক্ষেত্ৰৰ পৰা...
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা তামুলপুৰ আৰু গোৰেশ্বৰ আৰক্ষী থানা থাকিব মহকুমা দণ্ডাধীশ (এম) আৰু অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ ৰঙিয়া, কামৰূপৰ অধিকাৰ ক্ষেত্ৰত।
পূৰ্বে এই দুয়োখন আৰক্ষী থানা আছিল মুছলপুৰৰ অধিকাৰ ক্ষেত্ৰত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে।
১৬ আগষ্ট, ২০২৩ ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ভিজিলেঞ্চ) উৎপল ৰাজখোৱাই আইনী বিভাগলৈ প্ৰেৰণ কৰা পত্ৰ NO.HC.VII-17/2020/7849/A ৰ জৰিয়তে এই কথা অৱগত কৰিছে।
Also Read: শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....