New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বাক্সাৰ শালবাৰীত অঘটন।
কীটনাশক দ্রৱ্য সেৱন কৰি আত্মহত্যা এগৰাকী ছাত্রীৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে সংঘটিত কৰে এই ঘটনা।
ছাত্রীগৰাকী শালবাৰীৰ মৈৰাঝাৰৰ।
ঘটনা সংঘটিত হোৱাৰ লগে লগে ছাত্রীগৰাকীক হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
Also Read: অমিত শ্বাহক লৈ শিলচৰত আজি বিজেপিৰ শক্তি প্ৰদৰ্শন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us