তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ...

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ...

author-image
Asomiya Pratidin
New Update
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ...

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ...

ডিজিটেল সংবাদ তামুলপুৰঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি তামুলপুৰৰ কুম্ভীজাৰ গাঁৱত নিশা দুটা বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ। নিশা কুম্ভীজাৰ গাঁৱত হাতী দুটাই প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ লগতে সকলো সামগ্ৰী।

Advertisment

বিদ্যুৎতৰ তাঁৰ ছিঙি এটা পৰিয়াল গৃহত বহু সময় ধৰি চলায় তাণ্ডৱ। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকল। পৰিয়ালটোৱে জনোৱা অনুসৰি চুবুৰীয়াৰ ঘৰলৈ গৈ কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।

ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ ঘৰত থকা চাউলৰ বস্তাও হাতী দুটাি লৈ যায়। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।

Also Read: মঞ্চত জুবিনে গাইছে 'মাজুলী', সুৰাত মাতাল অনুৰাগীয়ে নাচিছে চকী ভাঙি...

হাতীৰ উপদ্ৰৱ