আজিৰে পৰা বড়ো সাহিত্য সভাৰ অধিবেশনঃ বতৰে দিছে বাধা, কাৰ্যসূচীত হৈছে সালসলনি... User
-
বড়ো সাহিত্য সভাৰ অধিবেশনত বতৰৰ বিধিপথালি ।
-
কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ হোৱাৰ কথা আছিল বড়ো সাহিত্য সভাৰ অধিৱেশন।
-
জিলাখনৰ পাটগাঁৱত সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন।
-
পুৱা ৯:০০ বজাৰ পৰাই সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল ।
-
বতৰৰ বিজুগতিৰ বাবে সভাৰ কাৰ্যসূচীত সালসলনি।
-
নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত অধিবেশনস্থলীত বিস্তৰ ক্ষতি ।
-
ক্ষতি হৈছে মূল পেণ্ডেল, স্বেচ্ছাসেৱকৰ শিৱিৰ, ভোজনালয় কক্ষ আদিৰ।
-
বতৰৰ বিধিপথালিৰ বাবে পুৱাৰ পৰিৱৰ্তে বিয়লিৰ পৰা আৰম্ভ হ'ব সভাৰ অধিবেশন ।
-
অধিবেশনস্থলীত পুৱতি নিশাৰ পৰাই যুদ্ধংদেহি গতিত পুনৰ চলিছে মেৰামতিৰ কাম।