২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল...

২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল...

author-image
Asomiya Pratidin
New Update
২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল...

২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল...

ডিজিটেল ডেস্কঃ ২৭ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল। বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে এই মহোৎসৱ।

Advertisment

এই উপলক্ষে পূৰ্ণগতিত চলি আছে প্ৰস্তুতি। তাৰ মাজতে আজি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা সজাটি দল বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হয়গৈ।

এই দলটোক সহযোগ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোটে।

Also Read: সুৱনশ্ৰী আঞ্চলিক শ্ৰীশ্ৰীশিৱ পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি...

বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল