কৃত্ৰিম বানৰ কৱলত তামুলপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়...

কৃত্ৰিম বানৰ কৱলত তামুলপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়...

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম বানৰ কৱলত তামুলপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়...

কৃত্ৰিম বানৰ কৱলত তামুলপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়...

ডিজিটেল সংবাদ তামুলপুৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰতো সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। তামুলপুৰৰ স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়ত একাঠু পানী।

Advertisment

একাঠু পানীৰ মাজেৰে স্বাস্থ্য কেন্দ্ৰলৈ যাবলগীয়া হৈছে ৰোগী, চিকিৎসক আদি। একেই অৱস্থা শিক্ষানুষ্ঠানসমূহতো। শিক্ষক, শিক্ষাৰ্থীয়ে পানী ফালি যাবলগীয়া হৈছে, বিদ্যালয়লৈ।

উল্লেখ্য যে, উপযুক্ত নলাৰ অভাৱত পানীত বুৰ গৈছে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়সমূহ। একাংশলোকে নলাসমূহ বন্ধ কৰি নলাৰ ওপৰতে ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে। যাৰ বাবে এনেদৰে কৃত্ৰিম বানপানীৰ কবলত পৰিছে তামুলপুৰ মহকুমা সদৰৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়।

Also Read: চাহ নগৰী চাবুৱাত ৰণোজ পেগুৱে উদ্বোধন কৰিলে আদৰ্শ বিদ্যালয়...

বানপানী তামুলপুৰ