New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c8a7a105-4289-474b-b250-dc85412f6737/jgjg.jpg)
বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ।
৫০০ টকীয়া নোটৰ ওপৰত শুই বসুমতাৰীয়ে তুলিছিল ফটো।
ভাইৰেল হৈছিল সেই ফটো সামাজিক মাধ্যমত।
ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত কৰা হৈছে তেওঁক।
বিটিচি পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগে জাৰি কৰিছে এই সন্দৰ্ভত জাননী।
ইউপিপিএলৰ পৰাও অনিৰ্দিষ্টকাললৈ নিলম্বন কৰা হৈছে বসুমতাৰীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us