/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2ca48e3b-e84c-46d3-aa66-e7c6b0916550/bodoland.jpg)
কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ উত্তাল প্ৰতিবাদ...
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত পুত্তলিকা দাহ ৰাজভৱনৰ কৰ্মচাৰীৰ।
পুত্তলিকা দাহনৰ সময়ত আৰক্ষীৰে ঠেলাহেচা প্ৰতিবাদকাৰী ।
ব্যাপক শ্লোগান নিক্ষেপ এবছুৰ ।
লাইশ্ৰাম লাড্ডু সিঙ , ৰাজ্যপালৰ উপদেষ্ঠা মিহিৰ কান্ত চৌধুৰী মুৰ্দাবাদ ধ্বনি ।
ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত সমিতিৰ বিৰুদ্ধে সোচ্চাৰ এবছু ।
মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দোষী সাৱস্থ্য কৰা উপাচাৰ্যগৰাকীক নিৰ্দোষী হ'ল কেনেকৈ ? প্ৰশ্ন এবছুৰ ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজভৱনে সুৰক্ষা দিয়াৰ অভিযোগ ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ অপসাৰণৰ দাবীত এবছুৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে।
তৎসত্বেও উপাচাৰ্যগৰাকীক ৰাজভৱনে অপসাৰণ কৰা নাই ।
বৈষম্যতাৰ অভিযোগ আনিছে এবছুৰসহ সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই ।
ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত এবছুৱে আন্দোলন চলাই যাব ।
Also Read: বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ