/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চিৰাঙৰ বিজনীত ৩ চোৰাং চিকাৰী আটক...
চিৰাঙৰ বিজনীৰ পাণবাৰীত আৰক্ষী, বন বিভাগৰ অভিযান।
২নং কদমগুৰিৰ পৰা ৩টা চোৰাং চিকাৰীক আটক।
আটকাধীন চিকাৰী কেইটা ক্ৰমে আশোক ব্রহ্ম, ধনশিং গয়াৰী, বেৰগো মুছাহাৰী।
অভিযানত উদ্ধাৰ দুটা হস্তনিৰ্মিত বন্দুক জব্দ।
লগতে উদ্ধাৰ বহু বন্যপ্রাণীৰ হাড়।
অভিযানৰ সময়তে পলায়ন আন ৩টা চোৰাং চিকাৰীৰ।
Also Read: মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি