New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
EI MUHURTAR KHABAR
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা।
এইবাৰ লাইকাৰ পাচিদিয়া গাঁৱত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা।
নৈৰ কোবাল সোঁতত পৰি মৃত্যু হৈছে এজন লোকৰ।
মৃত লোক জনৰ নাম সঞ্জীৱ মিৰি।
নিহত সঞ্জীৱে টুলুঙা নাৱেৰে সুঁতি পাৰ হওতেই সংঘটিত হয় এই অঘটন।