/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/60ff9f58-12fe-46a9-9d5e-df19e5d4596e/AP_FOR_WEB_new_format_Y_copy.jpg)
-
আপত্তিজনক ফটো ভাইৰেল হোৱাত বিজেপি নেত্রীৰ আত্মহনন।
-
বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ আত্মহনন।
-
মহানগৰীৰ বামুণীমৈদামৰ বাসগৃহত আত্মহত্যা কৰে ইন্দ্রাণী তহবিলদাৰে।
-
এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত।
-
ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়া।
-
চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল তহবিলদাৰ।
-
বৰ্তমান জি এম এইছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে তহবিলদাৰৰ মৃতদেহ।
Also Read: আলফা স্বাধীনৰ শিবিৰ এৰি অহাৰ যো-জা একাংশ কেডাৰৰ: জি পি সিং