/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/14095230-9d7a-4696-a297-3103a2d76978/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ লেহুগাঁৱত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। লেহুগাঁৱৰ প্ৰণৱ হাজৰিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চুৰি লুটি নিয়ে মূল্যবান সামগ্ৰী। ঘৰৰ সদস্যসকল শনিবাৰে লখিমপুৰলৈ যোৱাত সদস্য বিহীনভাবে আছিল ঘৰটো।
ঘটনা অনুসৰি সোমবাৰে ওচৰৰে এজন মানুহক ঘৰৰ লাইট জ্বলাবলৈ কোৱাতহে পোহৰলৈ আহে সমস্ত ঘটনা। চোৰে ঘৰটোৰ সা-সামগ্ৰী লণ্ডভণ্ড কৰি লেপটপ লৈ যায়। অৱশ্যে টকা আৰু সোণখিনি সুৰক্ষিত অৱস্থাত থাকে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে।
Also Read: বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযানঃ কোকৰাঝাৰতো আটক...