/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/db4c529e-e58f-4e63-84f4-a161e725f62f/BISWANATH_30.jpg)
নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদ...
-
নিৰ্বাচনী পৰিৱেশৰ মাজতে বিশ্বনাথ জিলাত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।
-
বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ।
-
লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে এই প্ৰতিবাদ।
-
শাসকীয় বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ।
-
প্ৰতিবাদকাৰীৰ মুখত বিজেপি বিৰোধী বিভিন্ন শ্ল'গান।
-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ সমালোচনা।
Also Read: অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পালে ৮ জনলৈ