/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/fhiklsy9/8.jpg)
- বিশ্বনাথৰ পাভৈ ৰোডৰ চাৰি শৰণীয়া পথত দুৰ্ঘটনা 
- তেলৰ টেংকাৰে মহতিয়াই নিলে নম্বৰ প্লেট বিহীন বাইকক 
- দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত এজন 
- আহত জনক বিশ্বনাথ জিলা চিকিৎসালয়ত ভৰ্তি 
- এতিয়ালৈকে পৰিচয় পোৱা নাই ব্যক্তি দুজনৰ 
- তেলৰ টেংকাৰখনৰ নম্বৰ এ এছ ০১ এল চি ১৯৫০ 
Also Read: পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে পণ্ডিত আৰু সন্ন্যাসীসকলক অভিনন্দন মোডীৰ...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us