কাজিৰঙাত আৰণ্যকৰ উদ্যোগত পক্ষী নিৰীক্ষণ

আৰণ্যকৰ উদ্যোগত আৰু Kaziranga Study Center, জেডিএচজি মহাবিদ্যালয়ৰ সহযোগত Nature Trail আৰু Birdwatching অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত আৰণ্যকৰ উদ্যোগত পক্ষী নিৰীক্ষণ

ডিজিটেল সংবাদ, কাজিৰঙাঃ আৰণ্যকৰ উদ্যোগত আৰু Kaziranga Study Center, জেডিএচজি মহাবিদ্যালয়ৰ সহযোগত Nature Trail আৰু Birdwatching অনুষ্ঠিত কৰা হয়।প্ৰায় ২৫ জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Advertisment

Kaziranga Study Center ৰ তত্বাৱধায়ক শশাংক ধৱল শইকীয়াই ছাত্ৰ ছাত্ৰী সকলক নেতৃত্বত প্ৰদান কৰে। বিশিষ্ট পক্ষীবিদ আবিদুৰ ৰহমান, আৰণ্যকৰ প্ৰবন্ধক আৰিফ হুছেইনে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে পৰিবেশ কৰ্মী যদুমণি গোস্বামী, আৰণ্যক কৰ্মী ভাস্কৰ বাৰোকীয়াল আৰু আৰণ্যকৰ গৱেষক সৌৰভ গুপ্তাই সহযোগিতা আগবঢ়ায়।

পূৱা ৬ বজাৰ পৰা আৰম্ভ এই কাৰ্য্যসূচী কহঁৰা হাতীপাথৰৰ পৰা কাৰ্বি পাহাৰৰ নামনি অঞ্চললৈ পক্ষী নিৰীক্ষণ কৰাহয়। অনুষ্ঠানত পক্ষী নিৰীক্ষণ আৰু চিনাক্তকৰণৰ কৌশল বন্যপ্ৰাণীৰ বাসস্থান, সহবাস পক্ষী নিৰীক্ষকৰ কৰণীয় ইত্যাদি সম্পৰ্কে বৃস্তিত বাখ্যা দাঙি ধৰা হয়।

Also Read: ২ ছেপ্টেম্বৰত সূৰ্যলৈ যাব ইছৰোৰ আদিত্য এল-১ !

kaziranga