/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5a48e900-cbd9-4449-a7f3-218ffa157de3/r11.jpg)
প্ৰতীকি ফটো
-
বিহপুৰীয়াত নিশা সংঘটিত ডকাইতি কাণ্ড
-
বাহন ৰখাই চোকা অস্ত্র দেখুৱাই দুৰ্বৃত্তই লুটিলে ব্যৱসায়ীক
-
ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ২.৫ লাখ টকা
-
সুজিত পাল নামৰ ব্যৱসায়ীজনৰ বাহন ৰখাই লুটপাত
-
লালুক আৰু বঙালমৰাত টকা সংগ্রহ কৰি বিহপুৰীয়ালৈ উভতিছিল পাল
-
আমগুৰিৰ ত্রিনয়ন মন্দিৰৰ সমীপত সংঘটিত এই ঘটনা
-
এখন ছুইফট বাহন আৰু বাইকেৰে অহা ৫জনীয়া দুৰ্বৃত্তৰ লুটপাত
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
Also Read: কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক গল্প ৰত্ন অভিধা প্ৰদান