দৰমহা বৃদ্ধিতো বাদেই বেতন নিদিলেও আপত্তি নাই ভৱেশ কলিতাৰ...

দৰমহা বৃদ্ধিতো বাদেই বেতন নিদিলেও আপত্তি নাই ভবেশ কলিতাৰ

author-image
Asomiya Pratidin
New Update
দৰমহা বৃদ্ধিতো বাদেই বেতন নিদিলেও আপত্তি নাই ভৱেশ কলিতাৰ...

ডিজিটেল সংবাদ,হাজোঃ "মোক এক টকা দৰমহা নিদিলেও কথা নাই।মই আগতেই চলা নাছিলোঁ নেকি? মানুহৰ মাজত ভ্ৰান্ত ধাৰণা যাব নালাগে" কামৰূপৰ গোপালপুৰত এই বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। বিধায়কৰ দৰমহা বৃদ্ধি সন্দৰ্ভত বিভিন্ন জনে ভিন্ন মন্তব্য দিয়াৰ মাজতে দৰমহা সন্দৰ্ভত এইদৰে কয় ভৱেশ কলিতাই। গোপালপুৰৰ এটি লক্ষ্মী মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰে বিধায়ক কলিতাই।

Advertisment

Also Read: নুমলীগড়ত অইলৰ পাইপ লাইন ফুটাই তেল চুৰি: নিৰ্বিকাৰ নুমলীগড় আৰু গোলাঘাট আৰক্ষী

bhabesh kalita