/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
EI MUHURTAR KHABAR EI MUHURTAR KHABAR
দৰঙৰ খাৰুপেটীয়াৰ দৈনিক বজাৰত প্রচণ্ড মাৰপিটৰ ঘটনা।
এখন দোকানৰ সন্মুখত গাড়ী ৰখোৱাক লৈ কাজিয়াৰ সূত্রপাত।
এই ঘটনাত গুৰুতৰভাৱে আহত জয়নাল আবেদিন নামৰ লোকজন।
গাড়ী চালক আব্দুল হাছেম নামৰ যুৱকজনে আক্রমণ কৰাৰ অভিযোগ।
আব্দুল হাছেমৰ চাৰিজনীয়া এটা দলে আক্রমণ কৰে জয়নাল আবেদিনক।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।