/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5fb0e50d-813c-426f-bbf3-b978e9e2a3f6/oooo.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত চুৰিকাণ্ডৰ ঘটনা। দিন দুপৰতে ঐতিহ্যমণ্ডিত পদশিলাৰ প্ৰনামী বাকছ কৌশলেৰে চুৰ কৰিবলৈ লওঁতেই আটক হয় চোৰটো।
দেওবাৰে সংঘটিত হৈছে এই ঘটনা। পদশিলাত দুপৰীয়া নাম প্ৰসঙ্গৰ পাছতে চুৰে চুৰিকাণ্ড সংঘটিত কৰি থাকোতে প্ৰত্যক্ষ কৰে ভকতে। পাছতে চোৰটোক হাতে লোটে কৰায়ত্ব কৰে।
কৰায়ত্ত কৰা ধৃত শ্বৰিফুল ইছলাম ধনীয়াভেটী কালাবজাৰৰ । চোৰটোক ঘটনাস্থলীৰ পৰা বটদ্রৱা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: চম্পাৱতী নৈৰে চোৰাং গৰু সৰবৰাহ : দুজনক আটক