New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
একে নিশাই দৰঙৰ দুটাকৈ মন্দিৰত চুৰিকাণ্ড...
বৰপেটা ৰোডৰ মানসপুৰত চুৰিকাণ্ড।
পিংকু দাস নামৰ লোকজনৰ ঘৰত চোৰৰ লুট।
গৃহস্থ নথকাৰ সুযোগত চোৰে চলালে চাফাই অভিযান।
লুটি নিলে নগদ প্রায় ২ লাখ ৫০ হাজাৰ টকাসহ প্রায় ৪০ গ্রাম সোণ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
Also Read: আজি মহা নৱমী : সিদ্ধিদাত্ৰীৰ ৰূপত কৰা হ'ব দেৱী দুৰ্গাৰ আৰাধনা