/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
বজালীৰ পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন ১০ চকীয়া ট্রাকে মহটিয়াই নিয়ে পথচাৰীক।
দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।
ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
Also Read: মুকালমুৱাত পথ দুৰ্ঘটনাঃ তিনিজনকৈ লোক আহত...