/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
বৰপেটাৰোডৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...
মৰণফান্দত পৰিণত বৰপেটাৰোডৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথ।
শিমলাগুৰিৰ কলহভাঙাত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন ট্রাকৰ পিছফালে খুন্দা মাৰিলে আন এখন ট্রাকে।
দুৰ্ঘটনাৰ ফলত ভৰি ছিগিল এজন ট্রাক চালকৰ।
ট্রাক চালকজনৰ নাম সৰৱেশ কুমাৰ ।
জধে-মধে গতিৰোধক স্থাপনৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
Also Read: ঘৰ এৰি বাহিৰলৈ নাহিব আজিঃ গুৱাহাটীৰ চৌদিশে পানী...