/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-23.jpg)
কলগাছিয়াত গুৱাহাটী অভিমুখী বাছৰ খুন্দাত দুৰ্ঘটনাত বাইক আৰোহী নিহত...
-
ৰাজ্যত পুনৰ সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
কলগাছিয়াৰ বেছিমাৰীত সংঘটিত এই দুৰ্ঘটনা।
-
বাছ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী।
-
নিহত যুৱকজনৰ নাম ৰকিবুল ইছলাম।
-
গুইলেজাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাছখন।
-
অভিযোগ অনুসৰি চালকৰ পৰিৱৰ্তে হেণ্ডিমেনে চলাই আহিছিল বাছখন।
-
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন চালক আৰু হেণ্ডিমেনৰ।
-
ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা।
Also Read: আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...