বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...
বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...
  • বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ।

  • লাল বাহাদুৰ নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড।

  • বিদ্যুতৰ তাঁৰ সংঘৰ্ষ হৈ সংঘটিত হয় অগ্নিকাণ্ড।

  • প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।

  • জুইত জাহ প্রয়োজনীয় নথি-পত্রসহ নগদ ১ লাখ টকা।

বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...
ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানঃ শিক্ষাবিদ মুখ্যনাথ পাতিৰলৈ জীয়াধল উপত্যকা বঁটা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in