New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...
বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ।
লাল বাহাদুৰ নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড।
বিদ্যুতৰ তাঁৰ সংঘৰ্ষ হৈ সংঘটিত হয় অগ্নিকাণ্ড।
প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।
জুইত জাহ প্রয়োজনীয় নথি-পত্রসহ নগদ ১ লাখ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us