/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
বৰপেটা ৰোডত সংঘটিত হৈছে পথ দুৰ্ঘটনা।
বোল ব’ম ভক্তৰ বাহনত তীব্রবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাত কথমপি প্রাণ ৰক্ষা পৰে বোল ব’মলৈ যাত্রা কৰা ভক্তকেইজনৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যেই জব্দ কৰিছে ডাম্পাৰখন।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: প্ৰায় ৬ কোটি টকা মূল্যৰ হেৰ’ইন আৰু পপি জব্দ অসম ৰাইফলছৰ