বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা

বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা
  • বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা

  • ট্রাকৰ ভিতৰতে কাচৰ বাকচৰ হেঁচাত চালকৰ মৃত্যু

  • চৌধুৰী গ্লাছ কৰ্ণাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত এই ঘটনা

  • ট্রাকৰ পৰা কাচৰ বাকচসমূহ নমাবলৈ লওতেই মুত্যুমুখত পৰে চালকজন

  • মৃত চালকজন ট্ৰাকখনৰে স্বত্বাধিকাৰী মহম্মদ

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা
ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত পদত্যাগ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in