বামুন্দী ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা

বামুন্দী ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
বামুন্দী ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, হাজোঃ বামুন্দী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় দিবা-নৈশ ফুটবল প্ৰতিযোগিতা। মাজনিশালৈও খেল চাবলৈ খেল পথাৰত উপস্থিত থাকিল হাজাৰ হাজাৰ দৰ্শক।

মণিপুৰ এফ চি আৰু ওদালগুৰি এফ চি মাজত অনুষ্ঠিত হোৱা ফাইনেল খেলখন উদ্ধোধন কৰে আছুৰ উপদেষ্টা প্ৰকাশ দাসে।

পংকজ কলিতাই আঁতধৰা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে দিনমনি ভাণ্ডাৰ কায়স্থ। স্থানীয় ৰাইজে খেলপথাৰখন উন্নত কৰি এখন উচ্চ মানদণ্ডৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায়।

Also Read: আজি বিশ্ব বাহঁ দিৱস

hajo football tournament