বালিপৰাত দৌল উৎসৱ উদযাপন

বালিপৰাত দৌল উৎসৱ উদযাপন

ডিজিটেল সংবাদ, বালিপাৰাঃ বালিপৰাত শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্রৰ উদ্যোগত ফাকুৱাৰ লগত সংগতি ৰাখি গোঁসাই ফুৰোৱা হয় ৷ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি আজি বালিপৰাৰ এৰাগাঁৱৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্রৰ উদ্যোগত গোঁসাই ফুৰোৱা হয় ৷

দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা উৎসৱৰ প্ৰথম দিনা সত্রৰপৰা দৌলত মূৰ্তি স্হাপনেৰে পূঁজা অৰ্চনা কৰাৰ পাছত আজি গঁঞা ৰাইজৰ পদুলিয়ে পদুলিয়ে গৈ আৰ্শীবাদ দি সমগ্ৰ বালিপৰা অঞ্চলত এক শোভাযাত্রাৰে গোঁসাই ফুৰোৱা হয় ৷ আবিৰৰ ৰঙেৰে ৰঙিন হৈ শোভাযাত্রাত সকলো ৰাইজে হৰি নাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল ৷

বালিপৰাত দৌল উৎসৱ উদযাপন
উজনিৰ ৫টা সমষ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in