বাইহাটা চাৰিআলিৰ বেজেৰাত অগ্নিকাণ্ড

বাইহাটা চাৰিআলিৰ বেজেৰাত অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...

  • বাইহাটা চাৰিআলিৰ বেজেৰাত অগ্নিকাণ্ড।

  • বেজেৰা চ’কৰ দোকানত সংঘটিত এই অগ্নিকাণ্ড।

  • জুইত জাহ গ’ল কেইবাখনো দোকান।

  • অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সা-সামগ্রী।

  • দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।

  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

Advertisment

Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

baihata chariali