বদৰুদ্দিন আজমলে ক'লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান...

বদৰুদ্দিন আজমলে ক'লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান...
বদৰুদ্দিন আজমলে ক'লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান...

ডিজিটেল ডেস্কঃ যিসময়ত বিশ্বৰ প্ৰভাৱশালী ৫০০ মুছলমান লোকৰ মাজত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে স্থান পোৱাক লৈ অসমৰ মুছলমান সমাজ উৎফুল্লিত হৈ আছে আছে, তেওঁক লৈ গৌৰৱ কৰাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে তাৰ মাজতে আজমলে অসমৰ মুছলমান সমাজক লৈ কৰিছে কেতবোৰ বিতৰ্কিত মন্তব্য।

আজমলৰ মতে ঠগ, প্ৰবঞ্চনাত এক নম্বৰত আছে মুছলমানসকল। কেৱল সেয়াই নহয়, চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাততো এক নম্বৰত আছে মুছলমানসকল।

তেওঁ কয়, ‘‘মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ। নগৰবেৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় আজমলে।

বদৰুদ্দিন আজমলে ক'লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান...
২০১৪ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in