সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা

সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা

author-image
Asomiya Pratidin
New Update
সাদিন-প্ৰতিদিনগোষ্ঠীৰ  স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা

jayanta baruah

ডিজিটেল সংবাদ, চৰাইদেউঃ সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা। অহা ২ ডিচেম্বৰত চৰাইদেউ সোণাৰিত হ’বলগীয়া চ্যুকাফা দিৱস’ত প্ৰদান কৰা হ'ব এই বঁটা।

Advertisment

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোণাৰিক অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চ্যুকাফা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখিয়েই বৰুৱালৈ প্ৰদান কৰা হ'ব এই বঁটা।

সংগঠনটোয়ে প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে আয়োজিত চুকাফা দিৱস এই বঁটা প্ৰদান কৰি আহিছে ৷ চলিত বৰ্ষৰ বাবে সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ এই বঁটা ঘোষণা কৰা হৈছে।

Also Read: ডুমডুমাত বন্যহস্তীৰ আক্রমণত মৃত্যু কনমানিৰ