New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a3e6d4ec-7089-4812-934e-07a730f9389a/Elephant_wild.jpg)
প্ৰতীকি ফটো
ডুমডুমাত বন্যহস্তীৰ আক্রমণ।
আক্ৰমত মৃত্যু কন্যা শিশুৰ।
বৰডুবিৰ ৪নং লাইনত সংঘটিত এই ঘটনা।
মৃত কন্যা শিশুটি ১২ বছৰীয়া লক্ষীপ্রিয়া পাটৰ।
হৰিনাম সংকীৰ্তনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে আক্রমণ বন্যহস্তীৰ।
ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।